Install App
chandanhiramorigaon
This browser does not support the video element.
মৰিগাঁও: সাংবাদিক সন্থাৰ কাৰ্যালয়ত বৰ অসম সাপ্তাহিক বাতৰি কাকতৰ ৰূপালী জয়ন্তী বৰ্ষ শুভাৰম্ভনি অনুস্থানত উপস্থিত জিলা আয়ুক্ত
Marigaon, Morigaon | Aug 26, 2025
সাংবাদিক সন্থাৰ কাৰ্যালয়ত বৰ অসম সাপ্তাহিক বাতৰি কাকতৰ ৰূপালী জয়ন্তী বৰ্ষ শুভাৰম্ভনি অনুস্থানত উপস্থিত জিলা আয়ুক্ত। দিন যোৰা কাৰ্যসূচীৰে পুৱা বন্তি প্ৰজ্বলনৰে আৰম্ভ হয়।বৰ অসম সাপ্তাহিক বাতৰি কাকত ৰূপালী জয়ন্তী বৰ্ষ উদ্ধোধন অনুষ্ঠান আয়োজন কৰে। উক্ত অনুষ্ঠানটি আদৰণি ভাষণ আগবঢ়ায় বৰ অসম কাকতৰ স্বতাধিকাৰ বিৰিঞ্চি কুমাৰ শৰ্মাই উদ্ধোধন কৰে জিলা আয়ুক্তই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!