Download Now Banner

This browser does not support the video element.

ওদালগুৰি: খৈৰাবাৰীত অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ দিলীপ শইকীয়া অংশগ্ৰহণ।

Udalguri, Udalguri | Sep 13, 2025
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে জিলা খনত খৈৰাবাৰীত বিজেপি দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি বিজেপিৰ কাৰ্যপন্থা আৰু আগন্তুক দিনৰ পৰিকল্পনা সম্পৰ্কে ৰাইজৰ আগত অৱগত কৰে। আনহাতে সভা খনত প্ৰাক্তন এমচিএলএ ভবেন্দ্ৰ বড়ো, জিলা বিজেপিৰ সম্পাদক সুজিত সৰকাৰ, মিডিয়া পেনেলিষ্ট শ্যামল সৰকাৰ, অভিনেতা বিপুল ৰাভা প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us