This browser does not support the video element.
বালিজানা: ভালুক ডুবিৰ আৰ টি আই কৰ্মী সন্থাৰ গোৱালপাৰা জিলা কমিটি গঠন কৰা হয়
Balijana, Goalpara | Aug 24, 2025
ভালুক ডুবিৰ আৰ টি আই কৰ্মী সন্থাৰ গোৱালপাৰা জিলা কমিটি গঠন কৰা হয়।আৰ টি আই কৰ্মী সন্থাৰ গোৱালপাৰা জিলা কমিটি গঠনাৰ্থে আজি চহৰৰ ভালুকডুবীস্থিত নৱজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়| উক্ত সভাত ৰাজ্যিক সমিতিৰ মুখ্য সাধাৰণ সম্পাদক বিজয় কুটুম, মুখ্য উপদেষ্টা প্ৰদীপ কলিতা, কামৰূপ মহানগৰ জিলাৰ আহ্বায়ক দ্বয় ক্ৰমে অৰূপ শৰ্মা,বিমান বসু, প্ৰচাৰ সম্পাদক আছানুল ইছলাম আৰু ৰাজ্যিক সমিতিৰ উপ-সভাপতি গুলজাৰ হুছেইন উপস্থিত থাকে ।