This browser does not support the video element.
শিৱসাগৰ: যুৱ দলত জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬৪ সংখ্যক শিক্ষক দিৱস উদযাপন
Sibsagar, Sivasagar | Sep 5, 2025
শিৱসাগৰৰ যুৱদলত জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬৪ সংখ্যক শিক্ষা দিৱস উদযাপন । শিক্ষক দিৱসৰ লগত সংগতি ৰাখি জিলা ভিত্তিত কৃতী শিক্ষকৰ স্বীকৃতি ৩১ গৰাকী শিক্ষকক প্ৰদান কৰা হয় । দিনযোৰা কাৰ্যসূচীৰে উদযাপিত শিক্ষক দিৱসৰ এই কাৰ্যসূচীত আদৰণি ভাষণ প্ৰদান কৰে শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে ।