This browser does not support the video element.
মঙলদৈ ভাগ: চপাই লংকাপুৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ,মঙ্গলদৈ নদীত উদ্ধাৰ মৃতদেহটো
Mangaldoi Part, Darrang | Aug 26, 2025
মঙ্গলদৈ চপাই লংকাপুৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ, মঙ্গলদৈ নদীত উদ্ধাৰ মৃতদেহটো। স্থানীয় ৰাইজে মঙ্গলদৈ নদীত নৱজাতকৰ মৃ/ত/দে/হ টো প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে মৃ/ত/দেহ/টো মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰন কৰে। মঙ্গলবাৰে দন্দাধীশৰ উপস্থিতিত মৰনোত্তৰ পৰীক্ষাৰ অন্তত নৱজাতকৰ মৃ/ত/দে/হ টো ৭২ ঘন্টাৰ বাবে মৰ্গত ৰাখি থৈছে আৰক্ষীয়ে। নৱজাতক টিৰ পৰিয়ালৰ কোনো সন্ধান এতিয়ালৈকে ওলোৱা নাই।