Download Now Banner

This browser does not support the video element.

মানকাচৰ: জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু জিলা উন্নয়ণ মঞ্চ‌ই হাটশাঙিমাৰীত জল সম্পদ বিভাগৰ মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

Mankachar, South Salmara-Mankachar | Aug 24, 2025
ৰবিবাৰে অনুমানানিক ২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী পিযুজ হাজৰিকাক গঢ়া খহনীয়া প্ৰতিৰোধৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে আজি মন্ত্ৰী পিযুজ হাজৰিকাই দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্ত অঞ্চল কোকৰাডাঙাৰ গঢ়াখহনীয়া অঞ্চলৰ পৰিদৰ্শন কৰিবলৈ উপস্হিত হয়।
Read More News
T & CPrivacy PolicyContact Us