This browser does not support the video element.
মানকাচৰ: গাজৰিকান্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত আশাকৰ্মী আৰু অংগনাবাডী কৰ্মী সকলৰ সজাগতা সভা
Mankachar, South Salmara-Mankachar | Sep 8, 2025
সোমবাৰে দিনৰ আনুমানিক ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গাজৰিকান্দিপ্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আশাকৰ্মী সকলৰ সজাগতা সভা অনুস্থিত হয়। উল্লেখ্য যে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গাজৰিকন্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত আশা আৰু অংগনাবাডী কৰ্মীসকলৰ সৈতে এখন সজাগতা সভা অনুষ্ঠিত হয়।উক্ত সজাগতা সভাৰ জৰিয়তে অংগনাবাডী কৰ্মী সকলক শক্তিশালী কৰা ।