This browser does not support the video element.
নগাঁও: নগাৱত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত চলন্ত শৌচালয় মুকলি অনুষ্ঠান অনুষ্ঠিত
Nagaon, Nagaon | Sep 4, 2025
নগাৱত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত চলন্ত শৌচালয় মুকলি অনুষ্ঠান অনুষ্ঠিত ।নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যলয়ত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত দহ খন চাহ বাগিচাত চলন্ত শৌচালয় প্ৰদান কৰে । উক্ত অনুষ্ঠানটিত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ফ্লেগ অফ কৰি মুকলি কৰে।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱটো এই আঁচনি আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে । অসম চৰকাৰে দেশৰ অন্যান্য ৰাজ্যসমূহৰ দৰে মুকলি মলত্যাগ মুক্ত অসমৰ দৰে আ