Install App
bpranjal752
This browser does not support the video element.
তামুলপুৰ: কুমাৰীকাটা শুচানমাৰাত বিধায়ক জলেন দৈমাৰী উপস্থিত হৈ গৰীয়া-মৰিয়াৰ এটি কাৰ্যলয় নিৰ্মাণৰ আধাৰশিলা স্হাপন কৰে
Tamulpur, Baksa | Aug 25, 2025
কুমাৰীকাটা শুচানমাৰাত বিধায়ক জলেন দৈমাৰী উপস্থিত হৈ গৰীয়া-মৰিয়াৰ এটি কাৰ্যলয় নিৰ্মাণৰ আধাৰশিলা স্হাপন কৰে।সোমবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত কুমাৰীকাটা শুচানমাৰাত উপস্থিত বিধায়ক জলেন দৈমাৰী । বিধায়ক জলেন দৈমাৰী উপস্থিত হৈ গৰীয়া-মৰিয়াৰ এটি কাৰ্যলয় নিৰ্মাণৰ অৰ্থে আধাৰশিলা স্হাপন কৰে বিধায়ক জলেন দৈমাৰীয়ে। বিধায়ক গৰাকীৰ উপস্থিতিত দলীয় নেতা কৰ্মী সকলে সংগ প্ৰদান কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!