Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জিলাৰ যোগান বিভাগৰ দলে জিলাখনৰ বিভিন্ন গাওঁ পঞ্চায়ত সমবায় সমিতি তথা পাইকাৰী উপভোক্তা সমবায় সমিতি সমূহ পৰিদৰ্শন কৰে

Marigaon, Morigaon | Aug 30, 2025
জিলাৰ অভিভাৱক মন্ত্ৰী তথা খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় নিৰ্দেশনা অনুসৰি মৰিগাঁও জিলাৰ যোগান বিভাগৰ এটা দলে জিলাখনৰ বিভিন্ন গাওঁ পঞ্চায়ত সমবায় সমিতি তথা পাইকাৰী উপভোক্তা সমবায় সমিতি সমূহ পৰিদৰ্শন কৰে। সহকাৰী আয়ুক্ত তথা মৰিগাঁও জিলাৰ খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us