Install App
malobikabora1991
This browser does not support the video element.
বোকাখাত: অবিবাহিত যুৱতীৰ নামত বিবাহিত ভূৱা প্ৰমাণ উলিয়াই মাইক্ৰ ফাইনেঞ্চৰ লাখ টকাৰ জালিয়াতিৰ সন্দৰ্ভত বোকাখাটত ৰাইজৰ প্ৰতিবাদ
Bokakhat, Golaghat | Sep 6, 2025
মাইক্ৰ ফাইনেঞ্চৰ ধন জালিয়াতিৰ সন্দৰ্ভত বোকাখাটত শনিবাৰে দিনৰ ২ বজাত উত্তাল প্ৰতিবাদ সাব্যস্ত l বোকাখাতত মাইক্ৰ' ফাইনেঞ্চ কোম্পানীৰ নগ্ন চৰিত্ৰ উন্মোচন । চাহ বাগিছাৰ অবিবাহিত যুৱতীক বিবাহিত বুলি ভুৱা প্ৰমানপত্ৰৰ লগতে উলিয়ালে কন্যা সন্তান জন্মৰ প্ৰমানপত্ৰ । ভুক্তভোগী যুৱতীৰ নামত মাইক্ৰ' ফাইনেঞ্চ কোম্পানীৰ বেংকে দিলে লাখ টকাৰ ঋন। উক্ত সন্দৰ্ভত বোকাখাটত ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত আজি ৰাইজৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!