Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বৰাইৰ আলগাত বি এছ এফ দুই সন্দেহযুক্ত চোৰাং সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিয়ে

Mankachar, South Salmara-Mankachar | Sep 7, 2025
ৰবিবাৰে দিনৰ আনুমানিক ৯ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত বি এছ এফে দুগৰাকী অভিযুক্ত চোৰাং সৰবৰাহকাৰীক আটক কৰি খাৰুৱা বান্ধা আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে খাৰুৱা বান্ধা আৰক্ষীয়ে অভিযুক্ত সৰবৰাহকাৰী দুগৰকীক সোধ পোছৰ অন্তত কোনো ধৰনৰ তথ্য নোপোৱাত এৰি দিয়ে বুলি জানিব পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us