Download Now Banner

This browser does not support the video element.

নগাঁও: দহ লক্ষ টকাৰ চুৰি সামগ্ৰী সহ বলিকটীয়াৰ পৰা এজন তুৰ্ক আটক কৰি নগাঁৱত উপস্থিত হয়বৰগাঁও আৰক্ষী দল

Nagaon, Nagaon | Aug 28, 2025
নগাঁও হয়বৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা | প্ৰায় ১০ লক্ষাধিক টকাৰ চুৰি সমগ্ৰী উদ্ধাৰ | হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজু বড়োৰ নেতৃীত্বত চলাইছিল অভিযান। জুৰিয়াৰ বলিকটিয়াৰ পৰা প্ৰায় ১০ লাখ টকাৰ চুৰী সামগ্ৰী সৈতে চোৰক আটক কৰে।কুখ্যাত চোৰটো নাম গোলাব হুছেইন । কেই দিন মান পূৰ্বে হয়বৰগাঁও শণি মন্দিৰ ওচৰৰ শ্ৰী ছালাছা হাৰ্ডওৱাৰত এক চুৰী কাৰ্য সংঘটিত হৈছিল। দোকান খনৰ স্বত্বাধিকাৰ সুনীত বাগাড়াই এক এজাহাৰ দাখিল কৰিছিল হয়বৰগাঁও আৰক্ষী চকীত |
Read More News
T & CPrivacy PolicyContact Us