This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: সুন্দৰিত জনজাতিকৰণৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী
India | Aug 22, 2025
চিৰাঙত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী,বিজেপিক প্ৰশ্ন কৰি প্ৰচাৰ আৰু পোষ্টাৰিং,আজি চিৰাং জিলাৰ সুন্দৰিস্থিত জিলা আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা এই বাইক ৰেলি ওলিয়ায় ছাত্ৰ সংগঠনটোৱে,বিজেপি দল তথা চৰকাৰক আদিবাসী সকলৰ জনজাতিকৰণ, ভূমিপাট্টা প্ৰদান, গোষ্টি সংঘৰ্ষৰ বলি লোক সকলক সংস্থাপন দিয়া, আদিবাসী শান্তি চুক্তি ৰূপায়ণ আদি কেতিয়া কৰিব বুলি প্ৰশ্ন কৰি আদীবাসী ছাত্ৰ সন্থাৰ।