Download Now Banner

This browser does not support the video element.

পশ্চিম ডিব্ৰুগড়: বৰবৰুৱাত আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ হেৰ'ইন, আটক দুজন

Dibrugarh West, Dibrugarh | Sep 6, 2025
আজি শনিবাৰে দিনৰ ১ বজাত বৰবৰুৱাৰ মহপুৱালী মৰা গাঁৱত আৰক্ষীয়ে নিষিদ্ধ হেৰ‌'ইন জব্দ কৰাৰ লগতে আটক কৰে দুজন যুৱকক। আটক কৰা যুৱক দুজনৰ নাম হৈছে আমান সিং আৰু টাপছ কৰ্মকাৰ বুলি জানিবলৈ দিয়ে আযক্ষীয়ে। আটক কৰা যুৱক দুজন ডিব্ৰুগড় মহানগৰৰ আমোলাপট্টীৰ বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰিও যুৱক দুজনৰ পৰা জব্দ কৰে AS06Z0673 নম্বৰৰ এখন স্কুটী।
Read More News
T & CPrivacy PolicyContact Us