Download Now Banner

This browser does not support the video element.

মানকাচৰ: জিলা আয়ূক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা, উপস্থিত জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক

Mankachar, South Salmara-Mankachar | Sep 11, 2025
বৃহস্পতিবাৰে দিনৰ ১ বজাত দক্ষিণ শালমাৰা মানকাচাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা,জিলা আৰক্ষী অধীক্ষক হৰেন টকবী,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত বৰাৰ লগতে জিলা পথ সুৰক্ষা সমিতিৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাত পথ সুৰক্ষাৰ গুৰুত্বপূর্ণ আলোচনা কৰা হয় ।
Read More News
T & CPrivacy PolicyContact Us