Install App
bongaigaon_khobor
This browser does not support the video element.
বঙাইগাঁও ভাগ: বিজেপি বঙাইগাঁও জিলা কাৰ্যালয়ত সভা অনুষ্ঠিত,উপস্থিত থাকে বিজেপিৰ জিলা সভাপতি উজ্জ্বল কান্তি ৰায়
Bongaigaon Part, Bongaigaon | Aug 24, 2025
বৰপাৰাস্তিত বিজেপি বঙাইগাঁও জিলাৰ কাৰ্যালয়ত এক সভা অনুষ্ঠিত কৰা হয়। আজিৰ এই সভাত জিলাৰ নৱ নিযুক্ত প্ৰভাৰী আৰু সহ জিলা প্রভাৰীক আদৰণী জনোৱা হয়। আজিৰ এই সভাত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনা কৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!