Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: ভীমপৰা বিহুতলীত ম'হ চুৰিকার্যৰ ঘটনা,এটা মহ এখন যোদ্ধা বাহনত উঠোৱা অৱস্থাত দেখা পোৱাত মহ এৰি পলায়ন চোৰৰ

Tinsukia, Tinsukia | Aug 24, 2025
ভীমপৰা বিহুতলীৰ পৰা মহ চুৰিকার্যৰ ঘটনা । দেওবাৰে পুৱাৰ ভাগত এজন লোকে এটা মহ এখন যোদ্ধা বাহনত উঠোৱা অৱস্থাত দেখা পোৱাত চুৰি কৰিবলৈ নিয়া মহ এৰি বাহন সহ চাৰিজন লোক পলায়ন কৰে বুলি দুপৰীয়া প্ৰায় ১ মান বজাত জানিবলৈ দিয়ে । ভীমপৰা বিহুতলীস্থিত এটা ড্ৰেছিং ৰুমত বহু দিনৰ পৰাই নিশা চোৰে মহ চুৰ কৰি সুমুৱাই থৈ পুৱাৰ ভাগত এনেদৰে লৈ যায় বুলি সন্দেহ কৰা হৈছে ।
Read More News
T & CPrivacy PolicyContact Us