Download Now Banner

This browser does not support the video element.

সোৱণশিৰি ভাগ: গাদাঙৰ চুকত আৰক্ষীক আক্ৰমণ ৰাইজৰ,পৰকীয়া প্ৰেমিক যুগলক আটক কৰিবলৈ গৈ আহত দুই আৰক্ষীৰ লোক

Subansiri Part, Lakhimpur | Jul 3, 2025
ঢকুৱাখনা সমজিলাৰ ঘিলামৰা থানাৰ দুগৰাকী আৰক্ষী বৃহস্পতিবাৰে একাংশ উন্মাদ ৰাইজৰ দলবব্ধ আক্ৰমণৰ বলি হ’ব লগা হয়। ঘিলামৰা থানাৰ অন্তৰ্গত গা ডাঙৰচুক গাঁৱৰ পৰা এহাল পৰাকীয়া প্ৰেমত আবদ্ধ অভিযুক্তক উদ্ধাৰ কৰিবলৈ গৈ বৃহস্পতিবাৰে গণ উন্মাদনাৰ চিকাৰ হ’ব লগা হৈ গুৰুতৰ ভাবে আহত হয় দুই আৰক্ষী।ঘটনাৰ বিবৰণ অনুসৰি ঘিলামৰা থানাৰ অন্তৰ্গত দুটা পুৰুষ মহিলা পৰাকীয়া প্ৰেমৰ বান্ধোনত বান্ধ খাই দুয়ো বহু দিন বৰ্হিৰাজ্যত আত্মগোপন কৰি আছিল।পৰৱৰ্তী সময়ত এটা সংগঠনৰ তৎপৰতাত স্বগৃহলৈ অনাৰ আনে।
Read More News
T & CPrivacy PolicyContact Us