Download Now Banner

This browser does not support the video element.

হাজো: জনজাতিকৰনক লৈ ধুবুৰীত প্ৰতিবাদকাৰীক আৰক্ষীয়ে কৰা বৰ্বৰতাক লৈ হাজোত আছুৰ সাধাৰণ সম্পাদক সমীকৰণ ফুকণৰ প্ৰতিক্ৰিয়া

Hajo, Kamrup | Sep 13, 2025
জনজাতিকৰনলৈ হোৱা প্ৰতিবাদত আৰক্ষীৰ বৰ্বৰতাক লৈ আছুৰ প্ৰতিক্ৰিয়া। শনিবাৰে হাজোত হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ অধিবেশনত অংশ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সাধাৰণ সম্পাদক সমীকৰণ ফুকণৰ।ধুবুৰীৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা আছুৰ। গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত এনে ধৰণৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণ যোগ্য নহয়। ন্যায় আৰু ন্যায্য বিচাৰি প্ৰতিবাদ কৰাটো অপৰাধ হ'ব নোৱাৰে।
Read More News
T & CPrivacy PolicyContact Us