This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত জনজাতিকৰণ আৰু স্বায়ত্ত্বশাসনৰ দাবীত টাইপা'ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
Margherita, Tinsukia | Sep 13, 2025
শনিবাৰে বিয়লি প্ৰায় ৩ বজাত মাৰ্ঘেৰিটাৰ উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত জনজাতিকৰণ আৰু স্বায়ত্ত্বশাসনৰ দাবীত টাইপা' আৰু টাই আহোম মহিলা পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । টাই আহোম জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ নকৰিলে ২৬ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰোধী স্থিতি গ্ৰহণ কৰিব বুলি হুংকাৰ টাইপা'ৰ নেতৃত্বৰ।