Download Now Banner

This browser does not support the video element.

নগাঁও: কলিয়াবৰৰ ১নং চিমনাবস্তিত ভয়ংকৰ ঘটনা,নিশা শুই থকা অৱস্থাত জীৱন্তে জুইত জাহ গ'ল মাতৃ আৰু ১২বছৰীয়া পুত্ৰৰ,দূৰ্বৃত্বই জ্বল

Nagaon, Nagaon | Sep 4, 2025
কলিয়াবৰৰ ১নং চিমনাবস্তিত ভয়ংকৰ ঘটনা,নিশা শুই থকা অৱস্থাত জীৱন্তে জুইত জাহ গ'ল মাতৃ আৰু ১২বছৰীয়া পুত্ৰৰ,দূৰ্বৃত্বই জ্বলাই দিয়াৰ সন্দেহ ৰাইজৰ,আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । পূৰ্বতেও আঞ্চলটোত তিনিটাকৈ হত্যা কাণ্ড সংঘটিত হৈছিল। যাৰ বাবে ন্যায় বিচাৰি মন্তব্য ৰাইজৰ।একেলগে জ্বলি ছাৰখাৰ হৈ গ'ল মাতৃ-পুত্ৰৰ নিথৰ দেহ।জুইত জাহ গৈ মৃত্যু হোৱা মাতৃ নাম বিনা সিং আৰু সাগৰ সিং। দূৰ্বৃত্বই জুই লগাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। ইফালে ঘটনাস্থলীত শালনা আৰক্ষী উপস্থিত হ
Read More News
T & CPrivacy PolicyContact Us