Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: লাহোৱালত গ্ৰেপ্তাৰ পাঁচ গৰাকী পত্নী থকা ৰুবুল ৰবিদাস নামৰ এটা কিডনী দালাল, কিডনী বিকল ৰোগীৰ পৰা সৰলুকি লক্ষাধিক টকা
Dibrugarh East, Dibrugarh | Oct 6, 2025
আজি সোমবাৰে পুৱা ১১ বজাত লাহোৱালত আৰক্ষীয়ে আটক কৰে কিডনী বিক্ৰী কৰা এটা দালালক। আটক কৰা দালালটো বকুল ৭ নম্বৰ লাইনৰ পাঁচ গৰাকীকৈ পত্নী থকা ৰুবুল ৰবিদাস। অভিযোগ অনুসৰি দীৰ্ঘ দিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত ৰোগীৰ পৰা বৃক্ক সলনি কৰি দিয়াৰ নামত সৰলুকি কৰিছিল লাখ লাখ টকা। লাখ লাখ টকা লৈ অন্তৰ্ধান হৈ যায় দালাল ৰুবুল ৰবিদাস
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!