This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা কল ইণ্ডিয়াৰ ভবিষ্যতক লৈ ৰাষ্ট্ৰীয় কল মজদূৰ ইউনিয়নৰ
সংবাদ মেল
Margherita, Tinsukia | Aug 22, 2025
শুকুৰবাৰে মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা কল ইণ্ডিয়াৰ ভবিষ্যতক লৈ চিতুয়ে এক সংবাদ মেল সম্বোধন কৰে ।উৎপাদন বন্ধ হৈ থকা প্ৰতিষ্ঠানটো পুনৰ সক্ৰিয় তথা অধিক কাৰ্যক্ৰম কৰিবলৈ সংবাদ মেলৰ জৰিয়তে দাবী জনাইছে সংগঠনটোৱে । উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ ভৱিষ্যতলৈ অহা অনিশ্চয়তাক লৈ আজি ৰাষ্ট্ৰীয় কল মজদূৰ ইউনিয়নে বিয়লি প্ৰায় ৩ বজাত সংবাদ মেল আয়োজন কৰি উজনি অসমৰ মাৰ্ঘেৰিটাৰ অন্যতম লাভ জনক ৰাজহুৱা প্ৰতিষ্ঠা নটো পুনৰ সক্ৰিয় কৰি তুলিবলৈ দাবী জনায় ।