Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: ওন্দোলাঝাৰ গাওত অৰুণোদয়ৰ আচনিৰ নামত বিজেপি নেতাৰ ধন সংগ্ৰহ, ওন্দোলাঝাৰত বঞ্চিত মহিলা প্ৰতিবাদ

Mangaldoi Part, Darrang | Sep 1, 2025
দৰঙত অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে ।। অভিযোগ মতে , দৰঙৰ ওন্দোলাঝাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ওন্দোলাঝাৰ গাঁৱৰ দুখীয়া দৰিদ্ৰ মহিলাৰ পৰা অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰে বিজেপি নেতাই । আমিৰ আৰু দিলবৰ নামৰ দুই বিজেপি নেতাই সহজ সৰল মহিলা সকলৰ পৰা ১ হাজাৰৰ পৰা ৪ হাজাৰ কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
Read More News
T & CPrivacy PolicyContact Us