This browser does not support the video element.
তামুলপুৰ: তামুলপুৰৰ অময়াপুৰত জুবিন গাৰ্গ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন গাঁওবাসীৰ,নাম কীৰ্ত্তন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজে
Tamulpur, Baksa | Oct 1, 2025
তামুলপুৰৰ অময়াপুৰত জুবিন গাৰ্গ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন গাঁওবাসীৰ,বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত অময়াপুৰত সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জানাই গাঁওবাসীয়ে নাম প্ৰসংগ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পী গৰাকীক। দিনযোৰা কাৰ্যসূচীৰে নাম প্ৰসংগৰ কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অময়াপুৰ গাঁওবাসীয়ে।নাম প্ৰসংগ কৰি ৰাইজে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত মুল অভিযুক্ত শ্যামকানু মহন্