Download Now Banner

This browser does not support the video element.

গুৱাহাটী: গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হুৰুল হকৰ প্ৰতিক্ৰিয়া হাতীগাওঁত, খিলঞ্জীয়া সদায় খিলঞ্জীয়া ইয়াত ধৰ্মৰ কথা নাই

Guwahati, Kamrup Metropolitan | Aug 10, 2025
সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হুৰুল হকৰ প্ৰতিক্ৰিয়া হাতীগাওঁত, খিলঞ্জীয়া সদায় খিলঞ্জীয়া ইয়াত ধৰ্মৰ কথা নাই। গৰিয়া মৰিয়া দেশী সকলক সন্দেহ কৰিব নালাগে ।গৰিয়া মৰিয়া সকলে সদায় উচ্ছেদক সমৰ্থন কৰি আহিছোঁ ।উচ্ছেদৰ নটিচ খিলঞ্জীয়া গৰিয়া মৰিয়া সকলকো দিয়া হৈছে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে খিলঞ্জীয়া গৰিয়া মৰিয়া সকলক দিয়া নটিছ উঠাই লব লাগে।সন্দেহযুক্ত আৰু প্ৰব্ৰজনকাৰী গৰিয়া সকলক আমি কেতিয়াও সমৰ্থন নকৰোঁ তেওঁলোকৰ হৈ আমি মাত নামাটো।
Read More News
T & CPrivacy PolicyContact Us