Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ৰৌতাৰ ৰংগ মঞ্চত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষৰ বিশেষ কাৰ্যক্ৰম অনুষ্ঠিত হয়

Udalguri, Udalguri | Oct 5, 2025
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰৌতা খণ্ডৰ উদ্যোগত ৰৌতা ৰংগমঞ্চত শতাব্দী বৰ্ষৰ উদ্ধোধনী কাৰ্যক্ৰম আৰু বিজয়া দশমী উদযাপন কৰা হয়। অনুষ্ঠানত ওদালগুৰি জিলাৰ সহ কাৰ্যবাহ পুলকেশ ৰাভা বিশেষ ভাৱে উপস্থিত থাকে। আনহাতে উক্ত কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ক্ৰীড়া ভাৰতী,সেৱা ভাৰতী, আৰু অকল বিদ্যালয়ৰ স্বয়ংসেৱক সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us