Download Now Banner

This browser does not support the video element.

গোলাঘাট: কলা সংস্কৃতিৰ অমূল্য ভাণ্ডাৰ মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই দুটা দিন ড্ৰাই দে ঘোষণা গোলাঘাট জিলা প্ৰশাসনৰ

Golaghat, Golaghat | Sep 22, 2025
কলা সংস্কৃতিৰ অমূল্য ভাণ্ডাৰ মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই দুটা দিন ড্ৰাই দে ঘোষণা গোলাঘাট জিলা প্ৰশাসনৰ l সোমবাৰে বিয়লি প্ৰায় ১ বজাত ঘোষণা গোলাঘাট জিলা আয়ুক্তৰ। মহান শিল্পী অসম সন্তান জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰে ৰাজ্যিক শোকৰ দিন ২৩ চেপ্তেম্বৰ, ২০২৫ লৈ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত অসমৰ মহামহিম ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে অসম আবকাৰী অধিনিয়ম ৩২৬ (এ) ৰ অধীনত ২২ আৰু ২৩ ছেপ্তেম্বৰৰ দিনদুটা ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে l
Read More News
T & CPrivacy PolicyContact Us