This browser does not support the video element.
নগাঁও: শৃংখল চলিহা,চিতু বৰুৱা,আৰু আকাশ শইকীয়াৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে জিলা মুছলিম ছাত্ৰ সন্থাই
Nagaon, Nagaon | Aug 5, 2025
শৃংখল চলিহা,চিতু বৰুৱা,আৰু আকাশ শইকীয়াৰ বিৰুদ্ধে মঙলবাৰে বিয়লি প্ৰায় চাৰি মান বজালৈকে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল নগাঁও মুছাৰ।বৰ্তমান সময়ত অসমৰ ধৰ্মীয় আৰু ভাষীক সংখ্যালঘু ওপৰত উজনিৰ জাতীয় দল সংঘঠনৰ একাংশ নেতাই আমানৱীয় নিৰ্যাতন চলোৱা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে নগাঁও জিলা মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মুছাই।নগাঁও জিলা মুছাই বীৰ লাচিত সেনাৰ শৃংখল চলিহা,জাতীয় সংগ্ৰাম সেনাৰ চিতু বৰুৱা,অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়া উপৰত দাখিল কৰে এজাহাৰ ।