Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা,অচিনাক্ত বাহনৰ খুন্দাত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

Dergaon, Golaghat | Sep 30, 2025
দেৰগাঁৱ গন্ধিয়াগাঁৱৰ সমিপত মঙ্গলবাৰে মাজ নিশা প্ৰায় ২ বজাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন অচিনাক্ত বাহনে মহতিয়াই থৈ দুজন বাইক আৰোহিক। দুইজন যুৱকৰ ঘৰ দেৰগাঁৱত বুলি জানিব পৰা গৈছে। যুৱক দুজনৰ নাম বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই। ঘটনা সংঘতিতিত কৰিয়েই পলায়ন বাহন খন l ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ দুই জন যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us