Download Now Banner

This browser does not support the video element.

বাক্সা: মুছলপুৰত ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ উদ্যোগত বৃহৎ সংকল্প সভা অনুষ্ঠিত

Baska, Baksa | Sep 7, 2025
বাক্সা জিলাৰ মুছলপুৰত আজি ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ উদ্যোগত বৃহৎ সংকল্প সভা অনুষ্ঠিত হয়। এই সংকল্প সভাত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ ৰনগৌৰা নাৰ্জাৰীকে ধৰি আন বহুতো লোকে। আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে এই বৃহৎ সংকল্প সভা অনুষ্ঠিত কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us