Install App
abdussubhan71
This browser does not support the video element.
বালিজানা: জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ জিলাৰগুৰুত্বপূৰ্ণ শৈক্ষিক সমস্য সমূহ সমাধানৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ ছাত্ৰ মুক্তিৰ
Balijana, Goalpara | Sep 6, 2025
জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ জিলাৰ গুৰুত্বপূৰ্ণ শৈক্ষিক সমস্যা সমূহ সমাধানৰ দাবীত স্মাৰকপত্ৰ প্ৰদান ছাত্ৰ মুক্তিৰ। ব্ৰিটিছৰ দিনৰ এখন পুৰণি জিলা হৈছে গোৱালপাৰা । কিন্তু অতি পৰিতাপৰ বিষয়যে জিলাখন উন্নয়নৰ দিশত বহুতো পিছপৰি আছে । জিলাখনত বাণিজ্য শাখা পৰিব পঢ়া এখনো শিক্ষানুষ্ঠান প্ৰতিষ্ঠা হোৱা নাই । গোৱালপাৰা কলেজত কলেজ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি বাণিজ্য শাখা আৰম্ভ কৰিছে যদিও সেয়াও চৰকাৰী কৰন কৰা হোৱা নাই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!