Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰৰ বেপাৰীপট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত চালকসহ ৭ যাত্ৰী

Dhubri Part, Dhubri | Sep 4, 2025
তীব্ৰবেগি বাইক আৰু যাত্ৰীবাহি অটোৰ মাজত মুখামুখি সংঘৰ্ষ। আহত বাইক আৰোহী অটোত থকা সাত গৰাকী যাত্ৰী আহত ।আহত সকলক সংকটজনক অৱস্থাত ততাতৈয়াকৈ ধুবুৰী চিকৎসা মহাবিদ্যালয়লৈ প্ৰৰণ। বাইকখন তীব্ৰ বেগত থকাৰ ফলতে সংগঠিত হয় দুৰ্ঘটনা।
Read More News
T & CPrivacy PolicyContact Us