Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: বিজনীৰ পাণবাৰীত বিটিচি নিৰ্বাচন লৈ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত,উপস্থিত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ

Bijni Part, Chirang | Sep 11, 2025
আজি চিৰাং জিলাৰ ১৮ নং মানাস চেৰফাং সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অবিনাশ ব্ৰহ্মৰ সমৰ্থনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলায়,তেওঁ ২০২৬ চনতো যুঁজ হ'ব বুলি মন্তব্য কৰে ৷ তেওঁ কয় এই যুঁজ নৱ প্ৰজন্মৰ বাবে যুঁজ, এই যুঁজ অধিকাৰৰ হকে যুঁজ,তেওঁ বিজেপি দলৰ সমালোচনা কৰি বিটিচিৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলক সহায় কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ৷
Read More News
T & CPrivacy PolicyContact Us