Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: মেচ কছাৰীক স্বায়ত্ব শাসনৰ ঘোষণা কৰাকলৈ মুখ‍্যমন্ত্ৰীক ধন‍্যবাদ জনা‌ই সদৰত মেচ কছাৰী জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন

Dibrugarh East, Dibrugarh | Sep 11, 2025
আজি বৃহস্পতিবাৰে বিয়লি ৩ বজাত ডিব্ৰুগড় সদৰত মেচ কছাৰী জাতীয় পৰিষদে এক সংবাদমেল সম্বোধন কৰে। কেন্দ্ৰীয় সমিতিৰ সভাপতি দুলাল মেচে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ সূচক মন্তব্য। ২০০৭ চনৰ ফ্ৰেৱাৰীত গঠন হোৱা মেছ কছাৰী জাতীয় পৰিষদে জন্মলগ্ম মেছ কছাৰী স্বায়ত্ব শাসন দাবী জনাই আহিছিল অসম চৰকাৰক
Read More News
T & CPrivacy PolicyContact Us