This browser does not support the video element.
নগাঁও: পুথিভঁৰালত কংগ্ৰেছৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত, উপস্থিত সাংসদ ৰকিবুল হুছেইন
Nagaon, Nagaon | Aug 25, 2025
নগাঁও জিলাৰ পুথিভঁৰাল ত কংগ্ৰেছৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাখনত বিশেষ BLA প্ৰশিক্ষণ কাৰ্যসূচী “Vote Chor – Choki Chod” আয়োজিত হৈছিল। এই অনুষ্ঠানত উপস্থিত থাকিছিল ৰাজ্যৰ বিভিন্ন জনপ্ৰতিনিধি।উল্লেখ্য যে নগাঁও জিলাৰ আধাৰত আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুত বৰদলৈ, ৰূপহীৰ বিধায়ক হৰুল হুদা আৰু বটদ্ৰৱাৰ বিধায়কা শিৱমণি বৰাই। সাংসদ ৰকিবুল হুছেইনে কয়, “চুপ্ৰীম কোৰ্টে যি নিৰ্দেশ দিছে, সেইটো আখৰে আখৰ মানি চলিব লাগিব।”