Download Now Banner

This browser does not support the video element.

মানকাচৰ: জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত চাইকেল ৰেলীৰ আয়োজন , অংশগ্ৰহণ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী

Mankachar, South Salmara-Mankachar | Aug 31, 2025
ৰবিবাৰে পূৱা ৮ বজাত জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত আয়োজন কৰে চাইকেল ৰেলী । উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে অনুষ্ঠিত কৰা তিনিদিনীয়া কাৰ্যসূচীৰ আজি অন্তিম দিন। আজি অন্তিম দিনাৰ কাৰ্যসূচী মতে পূৱাৰ ভাগতে ছাত্ৰ ছাত্ৰী সকলে চাইকেল ৰেলীত অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us