Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: মিছন ৰোডত এজাক বৰষুণৰ পিছত কৃত্ৰিম বান পানীৰ সৃষ্টি হয়

Bongaigaon Part, Bongaigaon | Aug 12, 2025
বঙাইগাঁও চহৰৰ মিছন ৰোডত কৃত্ৰিম বান পানী। এজাক বৰষুণৰ পিছত কৃত্ৰিম বান পানীৰ সৃষ্টি হয় মিছন ৰোডত। এই বান পানীৰ ফলত হাৰাশাস্তিত ভুগিব লগীয়া হৈছে প্ৰায় শতাধিক ৰাইজক।
Read More News
T & CPrivacy PolicyContact Us