This browser does not support the video element.
দুধনৈ: ৰংজুলিত বনাঞ্চল বেদখল কৰি বাগান বনোৱা প্ৰায় ৩৫ হেক্টৰ বনভুমিত উচ্ছেদ চলোৱা হয়
Dudhnai, Goalpara | Sep 4, 2025
ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হয়।সংৰক্ষিত বনাঞ্চল বেদখল কৰি বাগান বনোৱা প্ৰায় ৩৫ হেক্টৰ বনভূমিত উচ্ছেদ চলালে ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ে lদেওঁশীলা সংৰক্ষিত বনাঞ্চল আৰু বুদুলুং সংৰক্ষিত বনাঞ্চলত চলিল এই উচ্ছেদ অভিযান।বুদুলুং সংৰক্ষিত বনাঞ্চলত প্ৰায় ২০ হেক্টৰ ৰবৰ আৰু তামোল বাগান উচ্ছেদ কৰাৰ লগতে দেওঁশীলা সংৰক্ষিত বনাঞ্চলত প্ৰায় ১৫ হেক্টৰ তামোল বাগান উচ্ছেদ কৰে l