Download Now Banner

This browser does not support the video element.

নগাঁও: কলিয়াবৰৰ সমজিলৰ অন্তৰ্গত ১ নং ভাতিয়াখালীত কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ

Nagaon, Nagaon | Sep 13, 2025
কলিয়াবৰৰ সমজিলৰ অন্তৰ্গত ১ নং ভাতিয়াখালীত কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ ।বিগত পাঁচ বছৰ ধৰি ১ নং ভাতিয়াখালী আৰু কাঠপাৰা অঞ্চলৰ কৃষক ৰাইজে কৃত্ৰিম বানৰ সমস্যা বাবে পথাৰত কৰিব পৰা নাই খেতি। চৰকাৰী পথৰ ওপৰত থকা দুটাকৈ কালভাৰ্ট বন্ধ কৰি দিয়াৰ বাবেই কৃত্ৰিম বানৰ সমস্যা সৃষ্টি হোৱাৰ অভিযোগ ৰাইজৰ ।যাৰ বাবে চামগুৰি ৰাজহচক্ৰৰ অন্তৰ্গত ১ নং ভাতিয়াখালী আৰু কাঠপাৰৰ তিনি শতাধিক কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
Read More News
T & CPrivacy PolicyContact Us