Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: সদৰৰ ইউপিপিএলৰ মুখ্যকাৰ্যালয়ত বিটিচি নিৰ্বাচনৰ বাবে ইউপিপিএলৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ, সাংসদ ৰণগৌৰা চাৰ্জাৰী

Kokrajhar Part, Kokrajhar | Aug 31, 2025
ৰবীবাৰ দিনা ৰাতিপুৱা ১১.৩০ বজাত কোকৰাঝাৰ চহৰৰ ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে এক সংবাদ মেল অনুষ্ঠানত কৰি বিটিচি নিৰ্বাচন বাবে ইউপিপিএলৰ দ্বিতীয় পৰ্যায়ৰ ১৬ জনিয়াপ্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে, উক্ত অনুষ্ঠানত ইউপিপিএলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, মহিলা কোষৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, সম্পাদক আইউব হুছেইনৰ লগতে ইউপিপিএলৰ আৰু বহু কেইজন নেতা উপস্থিত আছিল বুলি জানিব পৰা গৈছে
Read More News
T & CPrivacy PolicyContact Us