Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈস্থিত বিজেপিৰ কাৰ্য্যালয়ত ঘৰ ঘৰ ত্ৰিৰংগা সন্দৰ্ভত সভা, উপস্থিত প্ৰাক্তন বিধায়ক,দৰং বিজেপিৰ সভাপতি

Mangaldoi Part, Darrang | Aug 11, 2025
দৰং জিলা বিজেপিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পার্টি, দৰং জিলা সমিতি আৰু যুৱ মৰ্চা দৰঙৰ যৌথ উদ্যোগত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মণ্ডল সভাপতি সকলৰ বুথ বাহিনী গঠন আৰু ঘৰে ঘৰে ত্ৰিৰংগা সন্দৰ্ভত সোমবাৰে সন্ধিয়া সাত বজাত বিশেষ প্রস্তুতি অনুষ্ঠিত হয়। সভাত দৰং জিলা বিজেপিৰ সভাপতি মুকুণ্ড ডেকা, উপ-সভাপতি গৌৰৱ ডেকাৰাজা ,প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়া , বিজেপি যুৱ মৰ্চা অসম প্ৰদেশৰ উপ সভাপতি জোনজ্যোতি কাশ্যপ সহ বিজেপিৰ বিষয় ববীয়া উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us