Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: চহৰত দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত বানপানী আৰু জলবায়ু পৰিৱৰ্তন লৈ সজাগতা কাৰ্যসূচী,উপস্থিত ডিডিএমএৰ জিলা বিষয়া
Bongaigaon Part, Bongaigaon | Jun 5, 2025
বৃহস্পতিবাৰে বিশ্ব পৰিবেশ দিৱস উপলক্ষে বঙাইগাঁও চহৰৰ হোটেল জাহ্নৱীত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু বঙাইগাঁও ৰাজহ চক্ৰ লগতে বঙাইগাঁও জিলা চচিয়াল চাৰ্ভিচ সন্থা, সাৰ্ৰথি চচিয়েল চাৰ্ভিচ গ্ৰুপৰ অনুষ্ঠিত হয় বানপানী আৰু জলবায়ু পৰিৱৰ্তন বিষয়ত সজাগতা কাৰ্যসূচী । উক্ত কাৰ্যসূচীত উপস্থিত হৈ বানপানীৰ সময়ত কি দৰে নিজক সুৰক্ষিত ৰাখিব লাগে এই সন্দৰ্ভত ৰাইজক অৱগত কৰায় জিলা DDMA বিষয়া অন্নত সামন্ত লগতে জিলা প্ৰশাসনৰ বিষয়া সকলে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!