Download Now Banner

This browser does not support the video element.

নগাঁও: খলিহামাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা,সংঘটিত পথ দুৰ্ঘটনাত গুৰুত্বৰভাবে আঘাটপ্ৰাপ্ত মটৰচাইকেল আৰোহীক চিকিৎসালয়ত ভৰ্তি

Nagaon, Nagaon | Aug 28, 2025
নগাঁও ধিং সংযোগী গড়কাপ্তানি পথৰ খলিহামাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে বিয়লি প্ৰায় এক মান বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।তীব্ৰ বেগী চাৰি চকীয়া এখন বহন আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো নগাঁৱৰ পৰা ধিং অভিমুখী AS-01BE-4201নম্বৰৰ চাৰিচকীয়া আৰু নগাঁও অভিমুখী AS-02AP-9056নম্বৰৰ মটৰচাইকেলৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত গুৰুত্বৰ বাবে আহত হয় বাইক
Read More News
T & CPrivacy PolicyContact Us