Download Now Banner

This browser does not support the video element.

নগাঁও: এম.বি. ৰোডত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান

Nagaon, Nagaon | Sep 10, 2025
নগাঁৱৰ এম.বি. ৰোডত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান ! খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষক নাগুইব খানৰ বাসগৃহত অভিযান! শিৱসাগৰত কৰ্মৰত নাগুইব খান নামৰ বিষয়া গৰাকী! বিষয়া গৰাকীয়ে উৎকোচ লৈ ধৰা পৰিছিল মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ !শিৱসাগত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ অভিযানৰ পিছতেই নগাঁৱৰ বাসগৃহতো আৰক্ষীৰ অভিযান !
Read More News
T & CPrivacy PolicyContact Us