This browser does not support the video element.
গোলাঘাট: 'মুখ্যমন্ত্ৰীৰ সাহস আছে যদি উৰিয়ামঘাটৰ উচ্ছেদস্থলীলৈ গৈ গছপুলি ৰোপণ কৰক', ফৰকাটিঙত হুংকাৰ অসম জাতীয় পৰিষদৰ সম্পাদকৰ
Golaghat, Golaghat | Aug 25, 2025
মুখ্যমন্ত্ৰীৰ যদি সৎ সাহস আছে ২৭ আগষ্টত উৰিয়ামঘাটৰ উচ্ছেদ স্থলীলৈ গৈ গছ পুলি ৰোপণ কৰক বুলি ফৰকাটিংত হুংকাৰ অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকনৰ l ২৭ আগষ্ট তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উৰিয়ামঘাটৰ উচ্ছেদ স্থলিলৈ গৈ আমাৰ মাটিত গছপুলি ৰুই আমাৰ মাটি নগাৰ পৰা ৰক্ষা কৰিবৰ বাবে সোমবাৰে বিয়লি প্ৰায় ৬ বজাত ফৰকাটিংত প্ৰত্যাহ্বান ৰাজু ফুকনৰ । ন’হলে অসমৰ ৰাইজে ভয়াতুৰ মুখ্যমন্ত্ৰী বুলি আখ্যা দিবলৈ বাধ্য হ’ব বুলি মন্তব্য ৰাজু ফুকনৰ l