This browser does not support the video element.
তিনিচুকীয়া: সদৰত উলহ-মালহেৰে কেন্দ্ৰীয় কৰম সন্মিলন উদযাপন, উপস্থিত বিধায়ক সঞ্জয় কিশান
Tinsukia, Tinsukia | Sep 5, 2025
আজি শুকুৰবাৰৰ পৰা উলহ-মালহেৰে তিনিচুকীয়াত কেন্দ্ৰীয় কৰম সন্মিলন আৰম্ভ হৈছে । সেই উপলক্ষে পতাকা উত্তোলন স্মৃতি তৰ্পণ,গছ পুলি ৰোপণৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে । ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু সঁহাৰিয়ে অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। কৰম সন্মিলনৰ লগত সংগতি ৰাখি পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত গছপুলি ৰোপণ কৰে বিধায়ক সঞ্জয় কিষানে । বিয়লি প্রায় ৩ বজা পর্যন্ত ঝুমুৰ নৃত্য আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা পৰিলক্ষিত হয় ।