Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: সন্ধানহীন বিশেষ ভাৱে সক্ষম কিশোৰক বিচাৰি মঙলদৈ নদীত SDRF ৰ দ'লৰ অভিযান
Mangaldoi Part, Darrang | Sep 3, 2025
মঙলদৈৰ ৫ নং ওৱাৰ্ডৰ প্ৰীতম চৰকাৰ নামৰ ১২ বছৰীয়া কিশোৰ এজন সন্ধানহীন। মঙলদৈ নদীত সন্ধান হীন হোৱাৰ সন্দেহ কৰিছে স্হানীয় লোকে । বুধবাৰৰ পৰা সন্ধান হীন হোৱা কিশোৰ জনক বিচাৰি S D r F অভিযান।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!