This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত ইউপিপিএলৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম
India | Sep 9, 2025
আজি চিৰাং জিলাৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাজলগাঁৱত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত এক যোগদান সভা অনুষ্ঠিত হয়, আজিৰ এই যোগদান সভাত অৰ্ধ শতাধিক লোকে ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে,আজিৰ এই যোগদান সভাত প্ৰাক্তন মন্ত্ৰী তথা আগন্তুক বিটিআৰ নিৰ্বাচনৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী চন্দন ব্ৰহ্ম সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।